- Get link
- X
- Other Apps
Jagmohon Ghar
The left hand side can be seen entering the session hall of the Jagmohon Ghar through Dalan Ghar this is a great place to stay.
From time to time and during festivals, all devotees get books and meditate with Param Brahma. It discusses devotional words to bring the soul together. According to legend, there was a time when procession ( প্রসঙ্গ ) work was going on here. In the case of the main kirtan at the time of the context of the rules of Sri Krishna's Daula Jatra only a few days during the procession ( প্রসঙ্গ ) is performed here. Inside the synagogue is a small tiled house on the north side. This is the place where the devotee Murari Tanti lived. At the behest of Raghudev Raja of Baranagar, Surananda Garamaliye (Katwal) took refuge in the house of Madhavadeva, a great man, to capture Madhavadeva Mahapurusha. Devotees have been paying homage to the great man since that time and have continued to use the Jagmahan as a household service bag. The meeting house was first built by the Baps of Ambarihati with tin and wooden poles. This is a great way to get acquainted (gain, obtain, and retain) with people you know and love.
****** ******.
যােগমােহন ঘৰ
যােগমােহন ঘৰ দালান ঘৰেদি সত্ৰত প্ৰৱেশ কৰােতে বাওঁপিনে দেখিবলৈ পােৱা সম্পূর্ণকৈ চাৰিপিনে বেৰ নথকা অহল বহল ডাঙৰ ঘৰটোক সুভাঘৰ বােলা হয় । সময়ে সময়ে আৰু উৎসৱ পাৰ্ব্বনত ভকত সকলে বহি মিলি পৰম ব্ৰহ্মৰ লগত মন । প্ৰাণৰ সংযােগ ঘটাবলৈ ভক্তিমূলক কথাৰ ইয়াত আলােচনা কৰে । জনশ্রুতি মতে কোনাে এক সময়ত ইয়াত প্রসঙ্গৰ কাম চলিছিল । সময়ত মূল কীৰ্ত্তন ঘৰত প্রসঙ্গৰ নিয়ম কৰাত কেৱল মহাপ্রভু শ্ৰীশ্ৰীকৃষ্ণৰ দৌল যাত্ৰাৰ সময়ত ভৰ দৌলৰ কেইদিনহে ইয়াত প্রসঙ্গ কৰা হয় । সভাঘৰৰ ভিতৰত উত্তৰ পিনে থকা সৰু চালিযুক্ত ঘৰটোক যােগমােহন ঘৰ বুলি কয় । এই স্থানতেই ভকত মূৰাৰী তাঁতীৰ বাসগৃহ আছিল । বৰনগৰৰ ৰঘুদেৱ ৰজাৰ আজ্ঞামতে সুৰানন্দ গড়মলিয়ে ( কটোৱাল ) মাধৱদেৱ মহাপুৰুষক ধৰি নিবলৈ অহাত মহাপুৰুষে নিজ বাসগৃহ এৰি তাঁতীৰ বাসগৃহতেই আশ্ৰয় লৈছিল আৰু সিদিনাখনৰ সন্ধিয়াৰ প্রসঙ্গ ইয়াতেই কৰিছিল । সেইকাল অৱধি মহাপুৰুষৰ প্রতি শ্রদ্ধা ভক্তি জনাই ভকতসকলে আজিলৈকে যােগমােহন ঘৰক সেৱাৰ থলী হিচাপে জ্ঞান কৰি চলি আহিছে । সভা ঘৰ প্রথমে টিনপাত আৰু কাঠৰ খুটা চতিৰে আমবাৰীহাটীৰ বাপুসকলে বান্ধি দিয়ে । এতিয়াৰ পর্কী খুটাবােৰ আৰু মজিয়াখন বৰপেটাৰ এগৰাকী উদাৰমনা দানশীল ব্যক্তিয়ে পর্কীৰূপত নিৰ্মাণ কৰাই দিয়ে । যােগমােহন ঘৰক একাংশ ভক্ত সমাজে জগমােহন ঘৰহে হব লাগে বুলি কব খােজে ।

**************
जगमोहन घर घर
बाएं हाथ की तरफ को डालम घर के माध्यम से जगमोहन घर घर के सत्र हॉल में प्रवेश करते हुए देखा जा सकता है।
समय-समय पर और त्योहारों के दौरान, सभी भक्त किताबें प्राप्त करते हैं और परम ब्रह्म के साथ ध्यान करते हैं। यह आत्मा को एक साथ लाने के लिए भक्ति शब्दों की चर्चा करता है। किंवदंती के अनुसार, एक समय था जब यहां जुलूस (शस्त्रागार) का काम चल रहा था। जुलूस के दौरान केवल कुछ दिनों के लिए श्रीकृष्ण की दौला जात्रा के नियमों के संदर्भ में मुख्य कीर्तन के मामले में, यहां (प्रदर्शन) किया जाता है। आराधनालय के अंदर उत्तर की ओर एक छोटा टाइलनुमा घर है। यह वह स्थान है जहाँ भक्त मुरारी तांती रहते थे। बारानगर के रघुदेव राजा के कहने पर, सुरानंद गरामलिये (कटवाल) ने माधवदेव महापुरुष को पकड़ने के लिए एक महान व्यक्ति माधवदेव के घर में शरण ली। भक्त उस समय से महापुरुष को श्रद्धांजलि अर्पित कर रहे हैं और घरेलू सेवा बैग के रूप में जगमोहन घर का उपयोग करना जारी रखा है। बैठक घर पहले अंबाहती के बाप द्वारा टिन और लकड़ी के खंभे के साथ बनाया गया था। यह उन लोगों से परिचित होने का एक शानदार तरीका है (जिन्हें आप जानते हैं और प्यार करते हैं)

Comments
Post a Comment
If you have any doubts. Please let us know.