- Get link
- X
- Other Apps
1991 চনত বাবৰি মজজিদ ধ্বংস ৷ গোটেই দেশ জুৰি
হিন্দু মুছলমানৰ মাজত চেপা উত্তেজনা ৷ ব্যতিক্ৰম
আছিল অসম ৷ শংকৰ আজানৰ দেশ ৷ অসমৰ মানুহে
পাট্টাই দিয়া নাছিল ৷ তাৰ পিছত লাহে লাহে কেবল টিভি
আহিল ৷ তাত ৰক্ষা বন্ধন, কৌৰৱা চথ নে কি এইবোৰ
প্ৰায়েই দেখোৱা হৈছিলে । আমাৰ মেৰুদন্দহীন
অসমীয়া সকলে তাকে পালন কৰা হল ৷ পাহৰি গল
নিজৰ কৃষ্টি সংস্কৃতি ৷ তাৰ পিছত কিছু বছৰৰ পৰা শুনি
আহিলো জয় শ্ৰী ৰাম, বোল বম, গুৰু পুৰ্নিমা ৷ আমি হিন্দু
হলেও অসমীয়া হিন্দুসকলে চব নিয়ম পালন নকৰে
৷ ধৰ্ম জাগা বিশেষে বেলেগ বেলেগ হয় ৷
তামিলনাডুত বহুত হিন্দুৱে গৰু খায়, নিয়ম মাফিক ৷ ভাৰত
পাকিস্থান বাংলাদেশৰ মুছলমান সকলক হজত হিন্দু
মুছলমান বুলি কোৱা হয় ৷ মানিছো
আপোনালোকে ৰক্ষা বন্ধন মানে মানক, কিন্তু
আমাৰ মাঘ বিহু যত অগ্নিক পুজা কৰা হয়,
আপোনালোকে আন ৰাজ্যৰ মানুহক পালন কৰিব
উৎসাহিত কৰিব পাৰিছে নে? ? ৰঙালী বিহু আন কৰবাত
পালন কৰিব উৎসাহিত কৰিব পাৰিছে নে? ? নিজৰ সংস্কৃতি
ধৰি ৰাখিব শিকক নহলে সময়ৰ সোতত অসমীয়া জাতি
হেৰাই যাব ৷ নিজৰ দোষতে আমাৰ উন্নতি হোৱা
নাই ৷ অসমৰ স্বাৰ্থত গোটেই সাংসদ এক হোৱা
দেখিছে নে? আনহাতে চাব আন ৰাজ্যৰ সাংসদক
নিজৰ ৰাজ্যৰ স্বাৰ্থত চব এক গোট হয় ৷ নিজক চিনি
ৰাখক প্ৰথম নহলে ভবিষ্যত খুব বেয়া ৷ বহুত
অসমীয়াক দেখিছো হিন্দীত আপডেট দিয়ে
কিন্তু নিজৰ মাতৃভাষাত দিব লাজ পায় ৷
#joi_ai_axom
#gd_mrng
The Babri Majeed was destroyed in 1991 The whole country is a jury
Tensions between Hindus and Muslims Exceptions
There was Assam 6 Sankara Ajan's country 6 The people of Assam
There was no lease After that, only TV slowly
Ahil 6 There are protection bonds, kaurava chath or what
Was often seen. We have no spine
All Assamese celebrated him Pahari gal
Own culture I have been listening for a few years after that
Ahilo Joy Sri Ram, Bol Bom, Guru Purnima 6 I am Hindu
However, Assamese Hindus do not follow the rules
. The place of religion is especially different
In Tamil Nadu, many Hindus eat cows, according to the rules India
All Muslims in Pakistan and Bangladesh are Hajj Hindus
Musalman is called You agree
To you, protection is a standard, but
Agni is worshiped as much as our Magh Bihu,
You will observe the people of other states
Encouraged? ? Rangali Bihu An Karbat
Encourage observance? ? Own culture
Assamese people in the course of time if they do not learn to hold on
I will be lost It is our own fault that we are improving
No. In the interest of Assam, all the MPs should unite
Have you seen? On the other hand, Chaab is an MP from another state
This is the first time I've seen such a thing happen in my life Own sugar
If you don't keep it first, the future will be very bad Too much
You have seen Assamese with Hindi update
But I am ashamed to give in my mother tongue

Comments
Post a Comment
If you have any doubts. Please let us know.